ঔ-কুঁৱৰী - সাধুকথা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
শিতান - শিশু গল্প
ঔ-কুঁৱৰী অসমীয়া সমাজত প্ৰচলিত এক সাধুকথা। এই সাধুটো সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সংগ্ৰহ কৰি বুঢ়ী আইৰ সাধু নামৰ অসমীয়া লোককথাৰ সংকলনত সন্নিৱিষ্ট কৰে। ...